ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ হায়দৰাবাদত কংগ্ৰেছ দলৰ নিৰ্বাচনী ঘোষণাপত্ৰ উন্মোচন কৰি ৰাহুল গান্ধীয়ে দিয়া এক ভাষণ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা গৈছে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব — সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় […]

Continue Reading

তেলেংগানাত কংগ্ৰেছ জয়ী হোৱাৰ পিছত ভাৰতৰ পতাকাত সঁচাকৈয়ে অশোক চক্ৰৰ ঠাইত ইছলামিক কলমা ব্যৱহাৰ কৰা হৈছিল নেকি?

শেহতীয়াকৈ ২০২৩ চনৰ তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৪খন আসনেৰে জয়লাভ কৰিছে। ইয়াৰ নেতা হিচাপে নিৰ্বাচিত হৈছে টিপিচিচিৰ মুৰব্বী ৰেভান্থ ৰেড্ডী। ৭ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৰেভান্ত ৰেড্ডীয়ে। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক বিশাল সমাৱেশৰ ভিডিঅ’। ভিডিঅ’টোত মানুহক ভাৰতৰ জাতীয় পতাকা লৈ যোৱা দেখা গৈছে য’ত অশোক চক্ৰৰ ঠাইত ইছলামিক […]

Continue Reading

এইখন হাইদৰাবাদৰ বলাতকাৰ আৰু হত্যা ঘটনাৰ অভিযুক্তৰ এনকাউণ্টাৰৰ ফটো নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গ’ল । ঘটনায়ে মোৰ সলালে যেতিয়া অপৰাধটোৰ চাৰি অভিযুক্ত ৬ নৱেম্বৰ, ২০১৯ তাৰিখে পুলিচ জিম্মাৰ পৰা পলাব লওঁতে এক এনকাউণ্টাৰত হঠাৎ মৰা গ’ল ।  ইয়াৰ পাছতেই এখন বিশেষ ফটো […]

Continue Reading

এইখন তেলেংগানাৰ বলাতকাৰ ঘটনাৰ অভিযুক্তক পুলিচে পিটি থকা ফটো নহয়!

শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে । চাৰি অভিযুক্তই যুৱতী গৰাকীৰ গাড়ীৰ চকা ফুটাৰ পাছত সহায় কৰাৰ চলেৰে কাষলৈ আহি পাছত আক্ৰমণ কৰে ।  ইয়াৰ মাজতেই, এখন ফটো সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক কেইজনমান পুলিচে […]

Continue Reading