এই ভিডিঅ’টো তামিলনাডুৰ চেন্নাইৰ নহয়

অলপতে এটা ভিডিঅ’ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ফ’ৰৱাৰ্ড কৰা হৈছিল। “তামিলনাডুৰ চেন্নাইত কি ঘটনা ঘটি আছে” – এইদৰে আমালৈ ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে তিনিজন মাস্ক পৰিহিত মানুহে এজন ব্যক্তিক  আক্ৰমণ কৰিছে আৰু ব্যক্তিজন দৌৰি পলাইছে। Archived Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ […]

Continue Reading

এই ভিডিঅ’টো সঁচাকৈয়ে তামিলনাডুৰ হয়নে?

শেহতীয়াকৈ তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সংঘটিত হিংসাত্মক কাৰ্য্য হিচাপে দুষ্কৃতিকাৰীয়ে বহু মিছা ভিডিঅ’ প্ৰচাৰ কৰিছে। তামিলনাডু আৰক্ষীয়ে এই ভিডিঅ’সমূহক ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত বিয়পি পৰা মিছা অপপ্ৰচাৰৰ অংশ বুলি অভিহিত কৰিছে। তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণৰ উৰাবাতৰি আৰক্ষীয়ে খাৰিজ কৰি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ হেল্পলাইন তৈয়াৰ কৰিছে। আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু […]

Continue Reading

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

অসমৰ পৰা নিয়া জয়মালা নামৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবীৰে কিছু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ।  সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী তথা অসমৰ ৰাইজ । ফেচবুকত এই বিষয়ে বিভিন্ন ফটো, ভিডিঅ’ সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা হৈছে । এনে সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে এইয়া […]

Continue Reading

এইখন ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মানুহে নিজৰ দেহত গোবৰ সনা ফটো নহয়!

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । […]

Continue Reading