ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰাহকলৈ কোনো ধৰণৰ নগদ ধনৰ উপহাৰ বা পুৰস্কাৰৰ সুবিধা প্ৰদান কৰা নাই। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক বিয়পি পৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বুলি সেই লিংকটো প্ৰেৰণ কৰা হৈছে। লিংকটো খুলিলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক বিশেষ সুবিধাৰ তথ্য দিয়া ইণ্টাৰফেচ এটা খোলা যায়। সেই ইণ্টাৰফেচ মতে দাবী কৰা হৈছে যে ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ বিশেষ কিছুমান গ্ৰাহকৰ বাবে  কেশ্ব প্ৰাইজ, কেশ্ববেক আৰু অন্য বিভিন্ন […]

Continue Reading

‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই 

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আদানী গ্ৰুপৰ ১২,৭৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি দাবী কৰা বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।  এনে ধৰণৰ এক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে য’ত আদানীৰ এখন ফটো আপলোড কৰা হৈছে । উক্ত ফটোখনত “গৌতম আদানীক ১২ হাজাৰ ৭৭০ কোটি ঋণ ৰেহাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই” […]

Continue Reading