সম্পাদিত ভিডিঅ’ চৌদি আৰৱৰ কন্ঠশিল্পীয়ে কৃষ্ণ ভজন গোৱা বুলি  ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক সংগীতানুষ্ঠানৰ দৃশ্যাংশ দেখুওৱা হৈছিল। অনুষ্ঠানত উপস্থিত দৰ্শকৰ সৰহ সংখ্যকেই আৰবৰ পোছাক পৰিধান কৰিছিল আৰু কন্ঠশিল্পীগৰাকীয়েও  একেই পোছাক পৰিধান কৰিছিল। ভিডিঅ’টোত “হৰে কৃষ্ণা হৰে ৰামা” শীৰ্ষক গীতটি গোৱা শুনা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”চৌদি আৰৱত সনাতন ধৰ্মৰ জয় জয় কাৰ”। Facebook Link […]

Continue Reading

এই ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয়

এগৰাকী বৃদ্ধা মহিলাই গান গোৱাৰ ভিডিঅ’ হোৱাটছ‌এপযোগে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মহিলাগৰাকীৰ সৈতে এজন পুৰুষে গানটো গাই থকা দেখা গৈছে। হোৱাটছ‌এপত এই ভিডিঅ’টো শ্বেয়াৰ কৰি এই দাবী কৰা হৈছে যে বৃদ্ধাগৰাকী আন কোনো নহয়, তেওঁ হ’ল এসময়ৰ বিখ্যাত গায়িকা সুমন কল্যাণপুৰ। ভাইৰেল পোষ্টটোৰ লগতে লিখা হৈছে- ৮৪ বছৰ বয়সত সুমন কল্যাণপুৰে এই গীতটো গাইছে। Archived […]

Continue Reading

ৰানু মণ্ডলে অযোধ্যাত গীৰ্জা বনাবলৈ মাটি বিচাৰিছে নেকি?

ছুপ্ৰীম কোৰ্টে অযোধ্যাত ৰাম মন্দিৰ হ’ব বুলি ঘোষণা কৰাৰ পাছতেই, এক বিশেষ পোষ্ট ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই পোষ্টটোৰ মতে ৰানু মণ্ডল নামৰ এগৰাকী গায়িকায়ে এতিয়া অযোধ্যাত গীৰ্জাৰ কাৰণেও মাটি বিচাৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে ছুপ্ৰীম কোৰ্টৰ ৰায়ত মুছলিম সকলৰ বাবে […]

Continue Reading