চিকিমৰ দৃশ্যকে নেপালত বন্দে মাতৰম ধ্বনি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা যায় যে হাতে হাতে ভাৰতৰ ত্ৰিৰংগ পতাকা লৈ এটা সমদল আগুৱাই গৈছে। সকলোৱে বন্দে মাতৰম,ভাৰত মাতা কী জয় আদি ধ্বনি দিছে। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে ৰাজনৈতিক নেতাও সমদলটোত আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’(Text Overlay) কৰি ৰোমান আৰু দেৱনাগৰী লিপিত নেপাল আৰু […]

Continue Reading

এই ভিডিঅ’টো ছিকিমৰ শেহতীয়া ডাৱৰ বিস্ফোৰণৰ নহয়।

কিছুদিন আগতে উত্তৰ ছিকিমত এক ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হৈছিল। বহু লোকৰ মৃত্যু আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ ফলত ছিকিমৰ উত্তৰ অংশত অৱস্থিত হিমবাহৰ হ্ৰদ এটা ফাটি যায়। ইয়াৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। ফলত ছিকিম মংগন, গাংটক, পাকয়ং, নামচিৰ চাৰিখন জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। […]

Continue Reading

পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে!

সংৰক্ষিত লিংক সম্প্ৰতি ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত আমি কিছু সৈন্য বাহিনীৰ লোকক বাক বিতণ্ডাত লিপ্ত হোৱা দেখিছোঁ । দাবী কৰা হৈছে যে এইটো শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ হয় ।  উক্ত ভিডিঅ’টো বৰপিপাল মিউজিক নামৰ এটা ফেচবুক পে’জৰ পৰা ১০ মে’, ২০২০ তাৰিখে […]

Continue Reading