FACT CHECK: দেৱী দূৰ্গাক যৌন দাসী বুলি উল্লেখ কৰা এক স্ক্ৰিনশ্বট প্ৰসংগ সংগতিহীন ভাৱে প্ৰচাৰ হৈছে!
The Wireৰ এটা বাতৰিৰ কিয়দংশ বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে, য’ত দাবী কৰা হৈছে যে নিউজ পৰ্টেলটোৱে উদ্দেশ্যপ্ৰনোদিতভাৱে দেৱী দূৰ্গাক যৌন দাসী আখ্যা দি অপমান কৰিছে। Original Link- Twitter | Archived Link অসমত হোৱাটচ এপ্পত প্ৰচাৰ হৈ থকা স্ক্ৰিণশ্বটটোত লিখা হৈছে যে, “দূৰ্গা পূজা হৈছে আটাইতকৈ বিতৰ্কিত বৰ্ণবাদী উছৱ,যত এগৰাকী বগা বৰণৰ সুন্দৰীক দেৱী […]
Continue Reading