উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়।
পাতনি চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য […]
Continue Reading