ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ অলিভ ৰিডলে কাছৰ দৃশ্য অসমৰ সোৱনশিৰিৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া সোৱনশিৰি নৈৰ পাৰৰ বালিচৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে হাজাৰ হাজাৰ কাছ পানীৰ পৰা পাৰলৈ উঠি আহিছে। ভিডিঅ’টোক ব্যৱহৃত অসমীয়া ভাষাৰ ভয়ছ ওভাৰত শুনা যায় যে এয়া অসমৰ সোৱনশিৰি নৈৰ পাৰৰ দৃশ্য আৰু এইদৰে নৈৰ পৰা কাছবোৰ পাৰলৈ উঠি আহিছে আৰু […]

Continue Reading

ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading