এই মেচেজটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হৈছেনে?

শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। হোৱাটচ‌এপত এই মেচেজটো বহুলভাৱে ফ’ৰৱাৰ্ড কৰা হৈছে। মেচেজটো এনেধৰণৰ –  “উচ্চ সতৰ্কবাণী: সাৱধান, ঘৰ লুট কৰাৰ শেহতীয়া এটা উপায় অৱলম্বন কৰিছে অপৰাধী চক্ৰই। এনে এটা গোটে গৃহ পৰিক্ৰমা বিষয়াৰ অভিনয় কৰি দুৱাৰে দুৱাৰে গৈ আছে। তেওঁলোকৰ হাতত নথি-পত্ৰ আৰু গৃহ মন্ত্ৰণালয়ৰ বিভাগৰ লেটাৰহেড আছে আৰু […]

Continue Reading

বিজয় মালিয়াক ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড বিহা হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত লিখা আছিল এইদৰে, “উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ যায় ৪ মাহৰ কাৰাবাস বিজয় মালিয়াক ৪০ মিলিয়ন মাৰ্কিন ডলাৰ আদায়ৰ আদেশ  ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত এই কাৰাদণ্ড উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়” | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]

Continue Reading