সম্পাদিত ভিডিঅ’ চৌদি আৰৱৰ কন্ঠশিল্পীয়ে কৃষ্ণ ভজন গোৱা বুলি  ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক সংগীতানুষ্ঠানৰ দৃশ্যাংশ দেখুওৱা হৈছিল। অনুষ্ঠানত উপস্থিত দৰ্শকৰ সৰহ সংখ্যকেই আৰবৰ পোছাক পৰিধান কৰিছিল আৰু কন্ঠশিল্পীগৰাকীয়েও  একেই পোছাক পৰিধান কৰিছিল। ভিডিঅ’টোত “হৰে কৃষ্ণা হৰে ৰামা” শীৰ্ষক গীতটি গোৱা শুনা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”চৌদি আৰৱত সনাতন ধৰ্মৰ জয় জয় কাৰ”। Facebook Link […]

Continue Reading

FACT CHECK: এয়া ছৌদি আৰৱৰ পৰা অহা অক্সিজেন টেংকাৰৰ ভিডিঅ’ নহয়।

এখন ৰেলগাড়ীত অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছোচিয়েল মিডিয়াত আৰু তাত লিখা হৈছে যে এইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা হৈছে । Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link  কিন্তু আমি যেতিয়া সত্যতা নিৰূপন কৰিলো,আমি […]

Continue Reading