এইখন হাইদৰাবাদৰ বলাতকাৰ আৰু হত্যা ঘটনাৰ অভিযুক্তৰ এনকাউণ্টাৰৰ ফটো নহয়!
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গ’ল । ঘটনায়ে মোৰ সলালে যেতিয়া অপৰাধটোৰ চাৰি অভিযুক্ত ৬ নৱেম্বৰ, ২০১৯ তাৰিখে পুলিচ জিম্মাৰ পৰা পলাব লওঁতে এক এনকাউণ্টাৰত হঠাৎ মৰা গ’ল । ইয়াৰ পাছতেই এখন বিশেষ ফটো […]
Continue Reading