বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা […]

Continue Reading

এই সৰু ল’ৰাজনে উক্ত চেণ্ড আৰ্টটো বনোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত সৰু ল’ৰা এটা তেওঁৰ  মুখাৱয়বৰ বালিত বনোৱা এক চেণ্ড আৰ্টৰ কাষত বহি আছে । দাবী কৰা হৈছে যে উক্ত চেণ্ড আৰ্টটো সেই সৰু ল’ৰাজনে নিজেই বনাইছে । বিভিন্নজনে এই ফটোখন ফেচবুকত আপলোড কৰিছে আৰু উক্ত ল’ৰাজনৰ প্ৰতিভাক […]

Continue Reading