এইজন বাহৰেইনৰ ৰজা আৰু তেওঁৰ ৰবট বদিগাৰ্ড নহয়!
ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমি এটা প্ৰকাণ্ড ৰবটক খোজ কাঢ়ি আহি থকা দেখিছোঁ আৰু এই ৰবটটোৰ আগে আগে এজন মানুহক খোজ কাঢ়ি আহি থকা দেখিছোঁ । আন উপস্থিত লোকসকলে তেওঁলোকৰ ফটো আৰু ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । দাবী কৰা হৈছে […]
Continue Reading