ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে।
শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেভিদ মিলাৰে টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল। Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে […]
Continue Reading