২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে, য’ত দেখা গৈছে যে বহুকেইজন আন লোকৰ লৈকে এখন ট্ৰেক্টৰত […]

Continue Reading

৫০ আৰু ১৫ৰ যোগফল ৭৩ বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিল নেকি?

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে ৰাহুল গান্ধীৰ এটা ভিডিঅ’। য’ত ৰাহুল গান্ধীয়ে ভাষণৰ সময়ত কৈছিল যে ৫০ আৰু ১৫ যোগ কৰিলে ৭৩ হয়। ভিডিঅ’টো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীক ঠাট্টা-মস্কৰা কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]

Continue Reading

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে এটা কুকুৰক বিস্কুট খুৱাবলৈ চেষ্টা কৰি আছে আৰু তাৰপিছত সেই বিস্কুট তাত থকা ব্যক্তি এজনক দিছে। দাবী কৰা হৈছে যে কুকুৰে শুঙি চাই খাবলৈ ইচ্ছা নকৰা বিস্কুট ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মী এজনক দিছে। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। […]

Continue Reading

ৰাহুল গান্ধীৰ চোলাত পদুম ফুলৰ ছবি কিয়? প্ৰকৃত কথাটো কি জানক। 

শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পদুম ফুলৰ ছবি থকা বগা চোলা পিন্ধি বিপুল জনসমাগমক সম্বোধন কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। সেই ফটোখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই সম্পৰ্কে সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। Archived Link অনুৰূপ দাবী কৰি এক্সত পোষ্ট দিয়াও […]

Continue Reading

হনুমানে লংকা দহন কৰা নাছিল বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিলনে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা মন্তব্যত মানহানিৰ গোচৰ ৰুজু হোৱাৰ পাছত দোষমুক্ত হোৱা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ১৩৬ দিনৰ অন্তত পুনৰ ঘূৰাই পালে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে সংসদৰ চলি থকা অধিৱেশনত উপস্থিত হয়। বিশেষকৈ তেওঁ মণিপুৰৰ বিষয়টো সদনৰ সন্মুখত দাখিল কৰে। সেই সময়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। ইফালে ৰামায়ণৰ লংকা দাহ সন্দৰ্ভত […]

Continue Reading

FACT CHECK: ৰাহুল গান্ধীক ফৰ্বছ সবাটোকৈ শিক্ষিত নেতাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে নেকি?? সত্যটো পঢ়ক

চোছিয়েল মিডিয়াত শেহতীয়াভাৱে কিছুমান পোষ্ট ভাইৰেল হৈছে যে ৰাহুল গান্ধীক ফোৰ্বছে বিশ্বৰ সপ্তম শিক্ষিত নেতা বুলি ঘোষণা কৰিছে। তেনেকুৱা এটা পোষ্ট অৰুণ দাস নামৰ এজন লোকে চোছিয়েল মিডিয়া এণ্ড আইটি ডিপাৰ্টমেন্ট অৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পেজত আপলোড কৰিছে আৰু লিখিছে ফৰবচ মেগাজিনত উদৃতি দি কোৱা হৈছে যে বিশ্বৰ উচ্চতম শিক্ষিত নেতাৰ ভিতৰত ৭ম স্থানত […]

Continue Reading

ৰাহুল গান্ধীয়ে ‘সুশান্ত সিং ৰাজপুত’ক ‘ক্ৰিকেটাৰ’ বুলি অভিহিত কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগী সকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । ইয়াৰ মাজত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ চৰিত্ৰ ৰূপায়ন কৰা চিনেমাখন লেখত লবলগীয়া আৰু এই চিনেমাখনে দর্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।  […]

Continue Reading

ভাইৰেল হোৱা ৰাহুল গান্ধীৰ যুগ্ম-অযুগ্ম টুইটটো ভুৱা হয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৫০ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৫২ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪৩৩৭ জনৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading

এইবাৰ গণতন্ত্ৰ দিৱসত ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল নেকি?

শেহতীয়াকৈ ভাৰতে ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিলে । এই দিৱসৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াৰ সমন্ধে বিভিন্ন ধৰণৰ বাতৰি বা ফটো/ভিডিঅ’ বহুল ভাৱে শ্বেয়াৰ হ’ল । এই সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিল ।  ভাইৰেল ফটোখনত ৰাহুল গান্ধীক নিজৰ বাওঁ হাতেৰে চেল্যুট দি থকা দেখা গ’ল আৰু ফটোখনৰ […]

Continue Reading