২০২২ চনৰ পুৰণা ভিডিঅ’কো গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীত অজগৰ ওলোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ যোৱা ১ জুনত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পথেৰে নিশাৰ ভাগত এডাল প্ৰকাণ্ড অজগৰ সাপ পাৰ হৈ যোৱা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ’টো অসমৰ নহয়

অলপতে চ’চিয়েল মেডিয়াযোগে এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শেহতীয়া  বানৰ সময়ৰ বুলি দাবী কৰা এই বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এডাল বিশাল আকৃতিৰ সাপ পথৰ ওপৰেৰে পাৰ হৈ গৈ আছে। অসম, অসমৰ বানপানী ইত্যাদি শব্দ ভিডিঅ’টোৰ কেপশ্বনত হেশ্বটেগ হিচাপে ব্যৱহাৰ কৰা হৈছে। Facebook Link | Archived Link ভিডিঅ’টোৰ কমেণ্ট অংশত এই […]

Continue Reading