ভগৱান গণেশক পূজা কৰি থাকোঁতে পুৰোহিতজন অসুস্থ হৈ পৰা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড।  

২৮ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ভগবানৰ মহিমা বুলি দাবী কৰিছে। চিচিটিভি ফুটেজৰ দৰে ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী পুৰোহিতে প্ৰভু শ্ৰীগণেশৰ পূজা কৰি থকা সময়ত অসুস্থ হৈ বাগৰি পৰিছিল আৰু কিছু সময় পাছত ভগবান শ্ৰীগণেশৰ কৃপাত তেওঁ পুনৰ সুস্থ হয় ।  এইদৰেই এই ঘটনাটো এটা প্ৰকৃত সত্য ঘটনা […]

Continue Reading

কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইগৰাকীমান পুৰোহিত আৰু আন ব্যক্তিৰ মাজত বাক-বিতণ্ডা হোৱা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “💰দান পাত্ৰৰ টকা💰 কৰ্ণাটকৰ অধিকাৰী বিষয়ববীয়াই মন্দিৰৰ দানপাত্ৰত উঠা টকা নিব আহিছিল। পূজাৰী সকলে বিৰোধিতা কৰি আগতে মছজিদ আৰু চাৰ্ছৰ দান পাত্ৰৰ টকা আনিব দিলে। হিন্দু জাগিছে🚩 Facebook Link | […]

Continue Reading

এই ভিডিঅ’টো ৰাজস্থানৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰহে।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইটামান চিতা বাঘ এজন ব্যক্তিৰ সৈতে শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাজস্থানৰ ছিৰোহীৰ পিপলেশ্বৰ মহাদেৱৰ মন্দিৰৰ। ইয়াৰ উপৰিও দাবী কৰা হৈছে যে মন্দিৰৰ পুৰোহিতজনে নাহৰফুটুকীৰ পৰিয়ালৰ সৈতে শুই থাকে, যাৰ বাবে চৰকাৰী বন্যপ্ৰাণী বিভাগে এই মুহূৰ্তটো বন্দী কৰিবলৈ চিচিটিভি কেমেৰা স্থাপন কৰিছিল। […]

Continue Reading