উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়। 

পাতনি চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য […]

Continue Reading

২০১৭ চনৰে সম্পাদিত এক ফটো, বিহাৰৰ শেহতীয়া ৰাজনৈতিক ৰেলীৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰি দেখা গৈছে। শাসকীয় পক্ষয়ে হওক অথবা বিৰোধী পক্ষয়ে হওক, সকলোৱেই নিজৰ শক্তি প্ৰদৰ্শনৰ কুছকাৱাজ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিও ক্ৰমাত উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ কৰা দেখা গৈছে। দুখন ফটো লগ লগাই ফটোখন প্ৰস্তুত কৰা […]

Continue Reading