পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.
শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক পেজ আৰু একাউণ্টত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে এক সংসদৰ ভিতৰত হঠাতে এটা গাধ তীব্ৰগতিত প্ৰৱেশ কৰিছে আৰু চকীত বহি থকা একাংশ লোক বাগৰি পৰিছে। ভিডিঅ’টো পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰৰ বুলি দাবী কৰা হৈছে। Facebook Link Archived Link Facebook Link Archived Link ইউটিউৱতো একেই দাবীৰে সেই […]
Continue Reading
