এনআৰচিৰ আবেদন আধাৰ লাভৰ পূৰ্বচৰ্তঃ এক সবিস্তাৰ আলোচনা

প্ৰস্তাৱনা সেয়া ১১ ডিচেম্বৰ ২০২৪ৰ কথা। অসম চৰকাৰে এক বিশেষ নীতি ঘোষণা কৰিলে। সেয়া হৈছে ৰাজ্যৰ সকলো নতুন আধাৰ আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন ৰচিদ নম্বৰ (এ আৰ এন) জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ সৃষ্টি […]

Continue Reading

এইটো অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি থকা ভিডিঅ’ নহয়!

টুইটাৰ লিংক | সংৰক্ষিত লিংক যিসময়ত সমগ্ৰ দেশতে এনআৰচি’ৰ বিৰুদ্ধে বিভিন্ন ধৰণে আন্দোলন চলি আছে, এনআৰচি সম্পৰ্কীয় এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু পুলিচৰ মানুহে সাধাৰণ নাগৰিক কিছুমানক জোৰেৰে টনা-আজোঁৰা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো অসমৰ ভিডিঅ’ আৰু এইসকল মানুহক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি […]

Continue Reading

এইখন অসম এবিভিপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ফটো নহয়!

অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ফটোখনত এবিভিপি, (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) অসমৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে […]

Continue Reading

নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশতে তোলপাৰ লগাইছে, সেই সময়তে মুকেশ আম্বানীৰ ঘৈণীয়েক নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে বুলি বিভিন্ন ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে ।  অসমতো এই বিষয়ে বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । হোজাই […]

Continue Reading

এই ভাইৰেল ভিডিঅ’টো অসমৰ ডিটেনশ্যন কেম্পৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমৰ ডিটেনশ্যন কেম্পৰ ভিডিঅ’ বুলি প্ৰচাৰ হোৱা এই ভিডিঅ’টোত কিছু মানুহৰ ওপৰত ভীষণ অত্যাচাৰ হোৱা দেখা গৈছে । যি সময়ত অসমৰ এনআৰচি, বিদেশী সমস্যা আৰু […]

Continue Reading