জাপানৰ ভূমিকম্পৰ পুৰণি ভিডিঅ’ নেপাল-তিব্বত সীমান্তত হোৱা শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৭ জানুৱাৰীত স্থানীয় সময় অনুসৰি পুৱা ৯:০৫ বজাত তিব্বতৰ এক দুৰ্গম অঞ্চলত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ কৰা হৈছে ৪০০ৰো অধিক লোকক। এই পটভূমিত নেপাল-তিব্বত সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। Facebook […]

Continue Reading

এই ভিডিঅ’টোত উপহাৰ লৈ নেপালৰ পৰা অযোধ্যালৈ অহা লোকক দেখুওৱা হৈছে নেকি?

অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ৰাম মন্দিৰ উদ্বোধনৰ আগৰ দিনকেইটাত তেওঁৰ কইনা সীতাৰ জন্মস্থান নেপালৰ জনকপুৰৰপৰা ৫০০ লোকে শোভাযাত্ৰা কৰি বিভিন্ন উপহাৰ লৈ অযোধ্যাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে . এই পটভূমিত নেপালৰ পৰা অযোধ্যালৈ ভক্তৰ শোভাযাত্ৰা বুলি দাবী […]

Continue Reading

ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ প্ৰভাৱত ওড়িশাৰ পুৰীৰ সাগৰ তীৰত এইদৰে মাছৰ উজান উঠিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা  বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে এখন সাগৰৰ পাৰত অসংখ্য মাছৰ উজান উঠিছে। কেইগৰাকীমান লোকে সেই মাছৰ গোটটোৰ পৰা মাছ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। যদিও ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ বৰ্তমান দুৰ্বল হৈ পৰিছে; তথাপিও বহুটো ভুৱা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। এতিয়া ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ পাছত ওড়িশা […]

Continue Reading

হাজাৰ হাজাৰ মানুহে একেলগে ভিৰ কৰা এই ওলমা দলংখন সঁচাকৈয়ে ভাৰতৰ নে? সত্যটো কি?

শেহতীয়াভাৱে ইণ্টাৰনেটত, বিশেষকৈ টুইটাৰত ভাইৰেল হৈ আছে এটা  বিশেষ ভিডিঅ’। ভিডিঅ’টোত আপুনি এখন ওলমা দলঙৰ ওপৰত বহু লোকে ভিৰ কৰা দেখা পাব। ভিডিঅ’টোত এই দৃশ্যটো ভাৰতৰ বুলি দাবী কৰা হৈছে। এনে ওলমা দলঙত ইমানবোৰ মানুহৰ উপস্থিতিৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ভাৰত চৰকাৰক দোষাৰোপ কৰিছে। ভাইৰেল হোৱা টুইটটোত ব্যৱহাৰকাৰীয়ে কেপছনত লিখিছে, “আমাৰ দেশৰ এই অৱস্থা, যদি দলংখন […]

Continue Reading

নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰত-চীনৰ সীমা বিবাদ আৰু ইয়াকে লৈ গলৱান নামৰ ঠাইখনত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু নেপালৰ মাজতো আন এক সীমা বিবাদ হোৱা দেখা গ’ল । উল্লেখযোগ্য যে নেপালে এখন নতুন চৰকাৰী মেপ জাৰি কৰাৰ পাছতেই দুই দেশৰ মাজত  বিবাদৰ সূত্ৰপাত ঘটে ।  এনে সময়তে এক বিশেষ টুইট সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে আৰু […]

Continue Reading

এই শিল বৰষুণৰ ভাইৰেল ভিডিঅ’টো নাগালেণ্ডৰ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক সম্প্ৰতি ফেচবুকত প্ৰচণ্ড শিল বৰষুণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমি প্ৰকাণ্ড প্ৰকাণ্ড শিল এখন মুকলি পথাৰত পৰা দেখিছোঁ আৰু দেখি এনেকুৱা লাগিছে যেন কোনোবাই সেই ঠাইত ওপৰৰ পৰা বোমাহে পেলাইছে । এই ভিডিঅ’টো সমগ্ৰ পৃথিৱীতে বিভিন্নজনে আপলোড কৰি ফেচবুকত শ্বেয়াৰ কৰিছে আৰু এই ভিডিঅ’টো বিভিন্ন ঠাইৰ হয় […]

Continue Reading