ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ত চীনৰ ৰুইলি চহৰৰ হস্পিতালৰ দৃশ্য ম্যানমাৰৰ বুলি ভাইৰেল।

ম্যানমাৰত শেহতীয়াকৈ হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক হস্পিতালৰ এটা ৱাৰ্ডৰ ভূমিকম্পৰ সময়ৰ  চিচিটিভি ফুটেজ দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে তীব্ৰ ভূমিকম্পৰ সময়ত এগৰাকী নাৰ্ছে নৱজাতক এটিক কোচত লৈ মজিয়াত আঁঠু কাঢ়ি বহি পৰিছে আৰু আন […]

Continue Reading

২০১৮ চনত হাৱাইৰ কিলিউত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যকে ম্যানমাৰত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্থ হোৱা পথৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমাৰ,থাইলেণ্ড আদি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা ফটো আৰু ভিডিঅ’ আপলোড কৰি সেয়া ম্যানমাৰৰ বুলি দাবী কৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা […]

Continue Reading

বেংককত ভূমিকম্পৰ ফলত খহি পৰা এটা অট্টালিকাৰ ফটো, ম্যানমাৰৰ বুলি দাবী।  

শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমাৰ,থাইলেণ্ড আদি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা ফটো আৰু ভিডিঅ’ আপলোড কৰি সেয়া ম্যানমাৰৰ বুলি দাবী কৰা দেখা গৈছে। ভূমিকম্পত খহি পৰা কেইবাটাও […]

Continue Reading

ভূমিকম্পত অট্টালিকা খহি পৰা বেংককৰ এটা দৃশ্য ম্যানমাৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমান,থাইলেণ্ড আজি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা ভিডিঅ’ আপলোড কৰি সেইটো ম্যানমাৰৰ দৃশ্য বুলি দাবী কৰা দেখা গৈছে। ভূমিকম্পত খহি পৰা এটা […]

Continue Reading

আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ দখল কৰা প্ৰসংগত কিছু আলোচনা।

প্ৰস্তাৱনা অতি শেহতীয়াভাবে অসমৰ ফেচবুকত এখন মানচিত্ৰ আপলোড কৰি দাবী কৰা হৈছিল যে ম্যানমাৰৰ আৰাকান আৰ্মীয়ে বাংলাদেশ আক্ৰমণ কৰি বাংলাদেশৰ দক্ষিণ অঞ্চলৰ টেকনাফ দখল কৰিছে । এই প্ৰসংগটো আলোচিত হৈছে। খেনোৰ মতে আৰাকান আৰ্মীয়ে বাংলাদেশৰ ভূখণ্ডলৈ সোমাই আহিছে আৰু খেনোৰ মতে তেওঁলোকে ম্য়ানমাৰৰ ভিতৰতেই নিজৰ প্ৰভূত্ব অক্ষুন্ন ৰাখিছে, বাংলাদেশলৈ শিপাবলৈ সক্ষম হোৱা নাই। এই আলোচনাত […]

Continue Reading

এই ভিডিঅ’টো ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰবেশ কৰা লোকৰ নহয়।

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষ‌ই এতিয়াও মণিপুৰত চাঞ্চল্যৰ সৃষ্টি কৰি আছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰে যে ম্যানমাৰৰ সংঘাতৰ ফলত ম্যানমাৰৰ পৰা বহু কুকি পাৰ হৈ মণিপুৰত প্ৰৱেশ কৰে। তেওঁ কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে ছিদ্ৰযুক্ত সীমান্ত পাৰ হৈ মণিপুৰলৈ পলায়ন […]

Continue Reading

FACT CHECK: কাৰাগাৰত বন্দী হৈ থকা অং সান সু চিৰ ভাইৰেল ফটোখন আচলতে সম্পাদিত!

ছোচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ম্যানমাৰৰ নবেল বিজয়ী ৰাজনীতিবিদ আং সান সু চিক এটা সৰু কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। পোষ্টটোত সংলগ্ন ফটোত দেখা গৈছে যে আং সান সু চিয়ে কয়দীৰ পোচাক পিন্ধি এটা সৰু কাৰাগাৰত বহি আছে। Original Link- Facebook | Archived Link পোষ্টটোৰ কেপচনত লিখা হৈছে,  “এইজনী এসময়ত […]

Continue Reading

লক ডাউনৰ সামাজিক দূৰত্ব প্ৰকৃতাৰ্থত মানি চলা বজাৰৰ এই ভাইৰেল ফটোবোৰ মিজোৰামৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৫ লাখ মানুহ আক্রান্ত হৈ আছে ।  বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ওঠৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬০৩ জনৰ মৃত্যু হৈছে […]

Continue Reading