মোগল গাৰ্ডেনৰ নাম সলনি কৰা হব বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ৰাষ্ট্ৰপতি ভৱনত থকা মোগল গাৰ্ডেনৰ নাম সলনি কৰি দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নামত ‘ৰাজেন্দ্ৰ প্ৰসাদ গাৰ্ডেন’ কৰা হব । বিভিন্নজনে এই বিষয়ে ফেচবুকত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে ।  চিন্ময় শৰ্মা নামৰ এক […]

Continue Reading