ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।
শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]
Continue Reading