TRAIৰ নামত ভুৱা ফোনকল আৰু চাইবাৰ অপৰাধ। আপোনাৰ কৰণীয় কি? জানক।

শেহতীয়াকৈ অসমৰ বিভিন্ন লোকলৈ বিভিন্ন নম্বৰৰ পৰা একোটা বিশেষ ফোন আহিছে, য’ত কোৱা হয় যে সেই নিৰ্দিষ্ট ব্যৱহাৰকাৰীগৰাকীৰ মোবাইল নম্বৰটো অচিৰেই বন্ধ কৰি দিয়া হ’ব। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা কৰা বুলি দাবী কৰি সেই প্ৰী-ৰেকৰ্ডেড ফোনকলবোৰ আহে। বহুলোকে এনেকুৱা ফোনকল লাভ কৰিছে আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃততে কি […]

Continue Reading

ভাৰতত ভডাফোনৰ সেৱা বন্ধ হব নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতত টেলিকম অপাৰেটৰ ভডাফোনৰ সেৱা বন্ধ হবলৈ গৈ আছে বুলি এক বাতৰি হোৱাটচ এপ্প আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে । অসমতো শেহতীয়াকৈ হোৱাটচ এপ্প আৰু তাৰ আগতে ফেচবুকত এই কথা ব্যাপক ভাৱে প্ৰচাৰ হৈছে ।  অসমত বোধকৰোঁ পোনপ্ৰথমে অসমীয়াত বাবাটো বৰা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে […]

Continue Reading