২০২৩ চনৰ অক্টোবাৰৰ ফটো ব্যৱহাৰ কৰি সেয়া ২০২৫ৰ জানুৱাৰীৰ আক্ৰমণৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াভাৱে  যোৱা ১৭ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলো়ড কৰি সেইখন সেইদিনটোত গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ- আকৌ এবাৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭৩ জন লোকৰ মৃত্যু । ইজৰাইলৰ বায়ুসেনাই বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত মৃত্যু হৈছে কমেও ৭৩জন পেলেষ্টাইনী। […]

Continue Reading

ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰা লোৱা বুলি কোৱা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে ভাষণ দি থকা এটা ভিডিঅ’ আপলোড কৰিছে, যিটো ভিডিঅ’ত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলাম ধৰ্মৰ পৰা লৈছিল বুলি কোৱা শুনা হৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰাহে লৈছিল বুলি কৈছিল। কেপছনত লিখিছেঃ- ৰাহুল গান্ধীয়ে কৈছে মহাত্মা […]

Continue Reading

২০২৩চনৰ অক্টোবৰ মাহৰ ফটোকে ২০২৫চনৰ জানুৱাৰীৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে চাৰিখন ফটোৰে এখন ক’লাজ আপলোড কৰি সেইকেইখন অতিকৈ শেহতীয়া এক আক্ৰমণৰ পাছৰ ফটো বুলি দাবী কৰিছে। যোৱা ৪ জানুৱাৰী ২০২৪ত সেই ফটোকেইখনৰ ক’লাজখন আপলোড কৰি ২৪ ঘণ্টাৰ ভিতৰত পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ কৰাত ৭১গৰাকী সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ২৪ ঘন্টাত ৩৪টা আক্ৰমণ ৭১ জন ইছলামিক […]

Continue Reading

২০২৪চনৰ ৩০ মে’ৰ ফটো গাজাৰ ওপৰত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে।    

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া। পোষ্টটোত উল্লেখ কৰা অনুসৰি দাবী কৰা সেই ঘটনাটো ২০২৪ৰ ডিচেম্বৰ মাহৰ ৩০ আৰু ৩১ তাৰিখ অথবা ২০২৫ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ আৰু সেই ফটোখনো সেই সময়ৰে। কাৰণ পোষ্টটোত শেষৰ বাক্যত দেওবাৰ এটাৰ কথা উল্লেখ কৰা হৈছে। সেই মৰ্মে […]

Continue Reading

২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading

৫০ বছৰীয়া পিতৃৰ সৈতে ২৩ বছৰীয়া কন্যাই  বিবাহপাশত আৱদ্ধ হোৱা দাবীটো বিভ্ৰান্তিকৰ। ই সত্য নহয়।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন ফটো বিয়পি পৰিছে। ফটোখনত এগৰাকী ব্যক্তিৰে সৈতে শিৰত সেন্দুৰ লৈ থকা এগৰাকী যুৱতীক দেখা গৈছে। ফটোখনৰ ওপৰত হিন্দী ভাষাত লিখা হৈছে যে ৫০বছৰীয়া পিতৃৰ সৈতে হিন্দু ৰীতি-নীতিমতে বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী ২৩বছৰীয়া যুৱতী। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

গৰম পানীৰে গা ধুলে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি বিভ্ৰান্তিকৰ দাবী।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে গৰম পানীৰে গা ধুলে মানুহৰ শৰীৰত বিভিন্ন ,সমস্যাৰ সৃষ্টি হ’ব পাৰে। উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱালৈ বিভিন্ন সমস্যাৰ কথা ভিডিঅ’টোত উল্লেখ কৰা হৈছে। পেশীসম্পৰ্কীয় সমস্যা, স্নায়ুৰ বিষ তথা প্ৰজনন ক্ষমতা হ্ৰাস আদি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গৰম […]

Continue Reading

কলকাতা ধৰ্ষণ-হত্যাকাণ্ডক সৌৰভ গাংগুলীয়ে ‘এটা সাধাৰণ ঘটনা’ বুলি অভিহিত কৰিছে নেকি? সত্যাটো জানক ইয়াত। 

শেহতীয়াভাবে কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ পাছত সমগ্ৰ দেশতেই ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। সামাজিক মাধ্যমত ভুক্তভোগীৰ ন্যায়ৰ দাবীত তথা অভিযুক্তৰ উচিত শাস্তিৰ দাবীক বিভিন্নজনে নিজ নিজ বক্তব্য আগবঢ়াইছে। তেনেকুৱা এক সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ এটা বক্তব্য যঠেষ্ট ভাইৰেল হৈছে। দাবী কৰা হৈছে যে গাংগুলীয়ে এই […]

Continue Reading

বাংলাদেশৰ দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ বিবাদৰ ফলত হোৱা ঘটনাৰ ভিডিঅ’ বিভ্ৰান্তিকৰভাৱে হিন্দু মহিলাৰ ওপৰত মুছলমানৰ আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। বাংলাদেশত এগৰাকী হিন্দু মহিলাক বলপূৰ্বক অপহৰণ কৰি লৈ যোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা […]

Continue Reading

বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা যুৱতীগৰাকী ভাৰতীয় মূলৰ হিন্দু যুৱতী আৰু তেওঁ বাংলাদেশলৈ […]

Continue Reading