এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি?
ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত মানুহৰ নখটোতকৈও সৰু, অতি ক্ষুদ্ৰ চৰাই এটা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া হ’ল হামিংবাৰ্ড চৰাই যি পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বুলি জনাজাত । অসমত হোৱাটচ এপ্পৰ জৰিয়তে […]
Continue Reading