FACT CHECK: মেক্সিকোৰ ৰাজনৈতিক নেতাজনে দেশখনৰ ৰাজনীতিকসকলে দুখীয়া দৰিদ্ৰক লুন্ঠন কৰাৰ প্ৰতিবাদত সঁচাকৈ উলংগ হৈছিল নেকি?
দুখন ফটোত দেখা গৈছে যে মেক্সিকোৰ ৰাজনৈতিক নেতা এন্টোনিও গাৰ্ছিয়া কোনেজোই সদনৰ মজিয়াত অন্তৰ্বাস পিন্ধি দেহৰ সকলো বস্ত্ৰ পৰিত্যাগ কৰিছে। ফটোকেইখন এই দাবীৰে ভাইৰেল কৰা হৈছে যে দেশখনৰ একাংশ নেতাই দৰিদ্ৰৰ ধন হৰলুকি কৰি নিজৰ উদৰ পুৰোৱাৰ বাবে সেইসকল নেতাক লাজ দিয়াৰ বাবে ৰাজনৈতিক নেতাজনে এই পন্থা হাতত লৈছে। অসমতো ছ’চিয়েল মিডিয়াত এই ফটো ভাইৰেল […]
Continue Reading