উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো বিয়পি পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱে বিভিন্ন ব্যৱহাৰকাৰীলৈ সেই ফটোখন প্ৰেৰণ কৰি দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৩৫গৰাকী অবিবাহিতা যুৱতী একেলগেই গৰ্ভৱতী হৈছে আৰু তাকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই একেখন ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী […]

Continue Reading

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট সম্পৰ্কে এই ভিডিঅ’ বাৰ্তা দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মানুহক PhonePe, Google Pay, PayTM আদি পেমেণ্ট এপ্লিকেচন জালিয়াতিৰ পৰা সুৰক্ষা সম্পৰ্কে পৰামৰ্শ দিছে।  Archived Link কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই ভিডিঅ’ আৰু অডিঅ’ৰ মাজত সামঞ্জস্য নাই।  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading