বাৰ্ষিক চৰাইচুং মহোৎসৱঃ এক চমু আলোচনা।  

পাতনি এছিয়াৰ প্ৰথম সংৰক্ষিত চৰাইৰ বাসস্থান বুলি গণ্য কৰা ঐতিহাসিক চৰাইচুং পক্ষী অভয়াৰণ্যৰ (Royal Bird Sanctuary)সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ মাজুলীত অনুষ্ঠিত কৰা হয় বাৰ্ষিক চৰাইচুং মহোৎসৱ। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত প্ৰায় বন্ধ হৈ পৰা ৰয়েল বাৰ্ড চেঞ্চুৰীয়েৰীক পুনৰুজ্জীৱিত আৰু সংৰক্ষণৰ প্ৰয়াসত দ্বিতীয়বাৰৰ বাবে দ্বীপ জিলাখনত চৰাইচুং উৎসৱৰ আয়োজন কৰা হৈছে। […]

Continue Reading

FACT CHECK: বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ!

যোৱা বুধবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ কমলাবাৰীৰ পৰা যাত্ৰা কৰা এখন ফেৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ পৰা যাত্ৰা কৰা এখন নাওৰ মাজত খুন্দা লগাৰ ফলত এক শোকাবহ নাওঁ দুৰ্ঘটনা ঘটে । উক্ত দূৰ্ঘটনাৰ পাছত ৮৭গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানলৈ চৰকাৰী তথ্যৰ মতে দুগৰাকী সন্ধানহীন হৈ থকাৰ লগতে পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ কালি মৃত্যু […]

Continue Reading