গুজৰাটৰ প্ৰথম টেলিফোন সংযোগ সবৰমতী আশ্ৰমত কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীয়ে টেলিফোনত কথা পাতি থকা এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে গুজৰাটৰ প্ৰথম টেলিফোনটো সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ টেবুলত স্থাপন কৰা হৈছিল। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গুজৰাটৰ প্ৰথম টেলিফোনটো কোনো ডাঙৰ উদ্যোগপতি বা মিলৰ মালিকৰ ঘৰত নহয়, সাবৰমতী আশ্ৰমৰ গান্ধীজীৰ টেবুলতহে স্থাপন কৰা হৈছিল আৰু এই […]
Continue Reading