ভিডিঅ’ত থকা প্ৰাণীটো ‘লক নেছ’ দৈত্য নহয়!
দৈত্য মাছৰ দৰে দেখা পানীত সাঁতুৰি থকা এটা প্ৰাণীৰ ভিডিঅ’ ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে ই হৈছে ‘লক নেছ’ মনষ্টাৰ যি স্কটলেণ্ডৰ লোক কাহিনীৰ এটা অংশ হিচাবে জনাজাত হয় । ১১ এপ্ৰিল, ২০২২ তাৰিখে নিশা ৮:৫১ বজাত টাইম৮ পৃষ্ঠাৰ দ্বাৰা প্ৰকাশিত ফেচবুক পোষ্টটো ইয়াত দিয়া হৈছে। পোষ্টৰ শিৰোনামটোত উল্লেখ কৰা হৈছে “এটা […]
Continue Reading