নাহৰফুটুকীয়ে কুকুৰক আক্ৰমণ কৰা এই ভাইৰেল ভিডিঅ’টো সঁচাকৈয়ে গুৱাহাটীৰ হয়নে?

ছচিয়েল মিডিয়াত যোৱা দুদিনত নাহৰফুটুকী বাঘৰ ভিডিঅ’ এটা ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোৱে অসমত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু দুটাকৈ অসমীয়া নিউজ চেনেলেও ভিডিঅ’টো গুৱাহাটীৰ হয় বুলি প্ৰকাশ কৰিছে ।  ভিডিঅ’টোত এটা নাহৰফুটুকী বাঘে অতি সন্তৰ্পনে আহি এঘৰ মানুহৰ বাৰাণ্ডাত শুই থকা এটা পোহনীয়া কুকুৰক আক্ৰমণ কৰা দেখা গৈছে ।  ভিডিঅ’টো প্ৰাগ নিউজ নামৰ এটা […]

Continue Reading