‘চাপাক’ চিনেমাখনত এচিড আক্ৰমণকাৰীৰ মুছলিম নাম সলনি কৰি হিন্দু নাম ‘ৰাজেশ’ কৰা হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ ‘চাপাক’ নামৰ মেঘনা গোলজাৰৰ দ্বাৰা নিৰ্দেশিত ছবিখনে ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই চিনেমাখন ২০০৫ চনতে লক্ষ্মী অগ্রৱাল নামৰ এগৰাকী মহিলাৰ ওপৰত হোৱা এটা এচিড আক্ৰমণৰ বিষয়ে নিৰ্মান কৰা হৈছে য’ত বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে মূল লক্ষ্মীৰ (চিনেমাত নাম মালতী) চৰিত্ৰটো কৰিছে । বৰ্তমান দাবী কৰা হৈছে […]

Continue Reading