২০২০ৰ মাৰ্চত পাকিস্তানৰ শ্বাহদৰাত হোৱা এলপিজি টেংকাৰ দুৰ্ঘটনাৰ দৃশ্য শেহতীয়াকৈ ভাৰতে লাহোৰ ধ্বংস কৰা বুলি প্ৰচাৰ।
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰি লাহোৰ চহৰ ধ্বংস কৰা দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]
Continue Reading