ভাইৰেল ভিডিঅ’ৰ কেংগেৰুটো অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা নাই!
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বনজুইয়ে লোৱা বিধ্বংসী ৰূপে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ’য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । কিছুমান জীৱ জন্তুক বিভিন্ন জনে উদ্ধাৰ কৰা ফটো-ভিডিঅ’ও আপলোড হৈছে । এনে এটা ভিডিঅ’, য’ত এটা কেংগেৰুয়ে এগৰাকী মহিলাক সাৱটি […]
Continue Reading