সম্পাদিত ভিডিঅ’ জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত জনতাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ দৃশ্য বুলি ভাইৰেল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু লিবাৰেল পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টি আৰু তেওঁৰ চৰকাৰৰ অস্থিৰতা বাঢ়ি আহিছিল। বিশেষকৈ চৰকাৰৰ বিত্তমন্ত্ৰীৰ হঠাৎ পদত্যাগ কৰাৰ পিছত চৰকাৰৰ অস্থিৰতা বৃদ্ধি পালে। এই পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সিদ্ধান্ত ল’লে যে তেওঁ আৰু নেতৃত্ব নিদিয়ে। এই প্ৰসংগত ছ’চিয়েল […]

Continue Reading

FACT CHECK: জাষ্টিন ট্ৰুডোৱে চলি থকা কৃষক আন্দোনলত যোগদান কৰিছে বুলি পুৰণি ফটো ভাইৰেল!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।  পাগুৰী পৰিহিত একাংশ কৃষকৰ সৈতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো বহি থকা এখন বিশেষ ফটো শেহতীয়াভাৱে অসমত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন […]

Continue Reading