জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক অপহৰণ কৰি হত্যা কৰা হৈছে নেকি ?
শেহতীয়াভাৱে অসমৰ নগাঁও জিলাৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ঘটনাটোক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে। প্ৰথম দৃষ্টিত এয়া এক দুৰ্ঘটনা বুলিয়ে জানিব পৰা গৈছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাটোক লৈ বিভিন্ন দিশ উন্মোচিত হৈছে। লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা নেওগক গৃহৰক্ষী বাহিনীলৈ বদলি কৰাৰ পৰা আৰম্ভ কৰি নাওবৈচাৰ ভাৰপ্ৰাপ্ত […]
Continue Reading