জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষৰ সোঁহাতত বেণ্ডেজ থকা ছবিখন ভুৱা!

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ আৰু তেওঁৰ কিছু সহপাঠীৰ ওপৰত মুখমণ্ডল চিনিব নোৱাৰাকৈ কাপোৰ মেৰিয়াই অহা একাংশ লোকে হঠাৎ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি আক্ৰমণ কৰে। এই ঘটনাত আইছি ঘোষ মূৰ আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তিৰ ঠিক পাছতেই তোলা তেওঁৰ কিছু ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।  এতিয়া ছচিয়েল মিডিয়াত […]

Continue Reading

জেএনইউৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদী আন্দোলনত প্ৰদৰ্শন কৰা হৈছিল নেকি ‘আৰএছএছ মুর্দাবাদ’ প্লেকাৰ্ড?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত এগৰাকী মহিলাক হাতত এখন “আৰএছএছ মুর্দাবাদ” বুলি প্লেকাৰ্ড লৈ এক আন্দোলনত ভাগ লোৱা দেখা গৈছে । এই ফটোখন বৰ্তমান জেএনইউ’ত (জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি) মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলনৰ সময়ৰ […]

Continue Reading

ভাইৰেল সংসদ কেণ্টিনৰ নিৰিখৰ তালিকাখন এতিয়াৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত হোষ্টেলৰ ভাড়া বঢ়োৱাকলৈ আন্দোলন আৰম্ভ হোৱাৰ পাছতেই এখন বিশেষ খোৱা বস্তুৰ নিৰিখৰ তালিকা ভাইৰেল হৈ পৰিছে । ভাৰতৰ সংসদৰ কেণ্টিনৰ বৰ্তমানৰ নিৰিখৰ তালিকা বুলি শ্বেয়াৰ হোৱা এই তালিকাখনে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । তালিকাখনত খোৱা বস্তুৰ নিৰিখ বর্তমানৰ বজাৰ মূল্যৰ তুলনাত অতি কমকৈ নিৰ্ধাৰণ কৰা […]

Continue Reading