অসমৰ মুখ্যমন্ত্ৰীয়ে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ পৰা এনে ধৰণেই পলাইছিল নেকি?
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । অসমৰ বিজেপি চৰকাৰৰ বিভিন্ন নেতা-মন্ত্ৰীয়েও ৰাইজৰ ক্ষোভৰ সন্মুখীন হব লগাত পৰিছে । স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালেও প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হৈছে । ইয়াৰ মাজতেই ছচিয়েল […]
Continue Reading