জাপানৰ এই ভিডিঅ’সমূহ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত কেইটামান বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’সমূহ জাপানৰ আৰু ইয়াত মুছলমান জেহাদীয়ে স্হানীয় লোকক আক্ৰমণ কৰা দেখা গৈছে।  ফেচবুকত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইউৰোপ আমেৰিকাৰ দেশ সমূহৰ পিছত এইবাৰ জাপানত মুছলমান জিহাদীৰ আক্ৰমণ।  জাপানৰ স্থানীয় নাগৰিকৰ লগত সংঘৰ্ষত লিপ্ত মুছলমান জিহাদী বোৰ। ভাৰতত মুছলমানৰ সাহস […]

Continue Reading

২০১১ চনৰে ভিডিঅ’ জাপানৰ শেহতীয়া চুনামীৰ বুলি শ্বেয়াৰ কৰা হৈছে।

সমগ্ৰ বিশ্বই নৱবৰ্ষৰ উদযাপনত আনন্দিত হৈ থকাৰ সময়তে জাপান দুখ আৰু চকুলোৰ মাজত ডুব গৈছিল। ২০২৪ চনৰ প্ৰথম দিনাই জাপানক ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ইয়াৰ পাছত জাপানৰ প্ৰশাসনে উত্তৰ-পশ্চিম উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰে। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ইছিকাৱা আৰু ইয়াৰ আশে-পাশে থকা প্ৰিফেকচাৰত সংঘটিত হৈছে এই ভূমিকম্প। সেইবাবেই নিগাটা আৰু […]

Continue Reading

এই ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

২০২৪ চনৰ ১ জানুৱাৰীৰ বিয়লি মধ্য জাপানত ৭.৫ মাত্ৰাৰ ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙে, জুই লাগে তথা পূব ৰাছিয়ালৈকে চুনামী সতৰ্কবাণীৰ সূচনা কৰে। সেয়ে জাপানৰ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ বাসিন্দাসকলক নিৰ্দেশ দিয়া হয়। এই ভূমিকম্পৰ ফলত জাপানৰ পশ্চিম উপকূল আৰু চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত প্ৰায় ১ মিটাৰ পৰ্যন্ত ঢৌৰ সৃষ্টি হয় আৰু কৰ্তৃপক্ষই কয় […]

Continue Reading

এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ হয়নে?

যোৱা ২৩ ফেব্ৰুৱাৰীত তাজিকিস্তানত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্প‌ৰ কম্পন চীন আৰু অন্যান্য চুবুৰীয়া দেশতো অনুভূত হৈছিল। ইয়াৰ পিছতে চ’চিয়েল মেডিয়াত তাজিকিস্তানৰ ভূমিকম্পৰ বুলি দাবী কৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। এনেধৰণৰ এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ। তাজিকিস্তানৰ ভূমিকম্প বুলি মূল ভিডিঅ’টোৰ আৰম্ভণিত দুটা ভিডিঅ’ ক্লিপ দেখুৱাই বাতৰি পৰিৱেশন কৰা হৈছিল। Facebook Link | Archived […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

জাপানৰ এক ৰেস্তোৰাঁত চলোৱা ‘ব্লেক লাইট এক্সপেৰিমেণ্ট’ত ক’ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৭২ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬১.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১ লাখ ৯১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৫৫৮৭ জনৰ […]

Continue Reading