ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পুত্ৰৰ এই ফটোখন শেহতীয়া নহয়।
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধই অষ্টম দিনত ভৰি দিলে। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে তেওঁৰ পুত্ৰক দেশৰ সেনাবাহিনীলৈ পঠিওৱা বুলি এখন ফটো ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “দেশপ্ৰেমৰ উৎকুষ্ট নিদৰ্শন-ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তেওঁৰ পুত্ৰক এজন সৈনীক হিচাপে দায়িত্ব পালন কৰিবলৈ দেশৰ সেনাবাহিনীলৈ পঠাইছে।” Facebook […]
Continue Reading
