এয়া ইজৰাইলৰ বৰ্তমান পৰিস্থিতিৰ দৃশ্য নহয়।
কিছুদিন আগতে হামাছৰ মৌলবাদীসকলে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰি বহু সাধাৰণ নাগৰিক আৰু সৈনিকক হত্যা কৰিছিল। খবৰ অনুসৰি তেওঁলোকে বহু লোকক অপহৰণ কৰি গাজালৈ লৈ যায়। এই ঘটনাৰ বহু আমনিদায়ক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পটভূমিত এখন চহৰৰ বিস্ফোৰণ দেখুওৱা এখন ফটো ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এয়া ইজৰাইলৰ বৰ্তমানৰ […]
Continue Reading