নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই!
সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰত-চীনৰ সীমা বিবাদ আৰু ইয়াকে লৈ গলৱান নামৰ ঠাইখনত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু নেপালৰ মাজতো আন এক সীমা বিবাদ হোৱা দেখা গ’ল । উল্লেখযোগ্য যে নেপালে এখন নতুন চৰকাৰী মেপ জাৰি কৰাৰ পাছতেই দুই দেশৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে । এনে সময়তে এক বিশেষ টুইট সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে আৰু […]
Continue Reading