নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত এন আৰ চিৰ তথ্য ব্যৱহাৰঃ এক আলোচনা

পাতনি ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) আৰু নিৰ্বাচন আয়োগ (EC) ৰ ভোটাৰ তালিকাৰ মাজৰ সম্পৰ্ক অসম তথা দেশৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰসংগ। NRC-ৰ তথ্য ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে কিছুমান প্ৰভাৱ পৰিব পাৰে, যি নাগৰিকত্ব আৰু ভোটাধিকাৰৰ সৈতে জড়িত।  ই নাগৰিকত্ব পৰীক্ষণ আৰু নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক গুৰুতৰ উদ্বেগ সৃষ্টি কৰে। এন আৰ চিয়ে আইনী […]

Continue Reading

পাকিস্তানৰ কোট ছাট্টাত সংঘটিত এলপিজি টেংকাৰ বিষ্ফোৰণৰ দৃশ্যকে ভাৰতে পাকিস্তান আক্ৰমণ কৰি পেট্ৰোল পাম্প ধ্বংস কৰি দিয়া বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো শেহতীয়াভাৱে ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া পাকিস্তানৰ কোনো এটা পেট্ৰোল পাম্পৰ দৃশ্যৰ ভিডিঅ’।      Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

 এতিয়াৰ পৰা প্ৰাপ্তবয়স্কৰ আধাৰ কেৱল জিলা আয়ুক্তই হে দিব পাৰিবঃ এক আলোচনা।

পাতনি শেহতীয়াভাৱে অসম চৰকাৰে আধাৰ প্ৰদানৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰাকৈয়ে এই ব্যৱস্থা কৰি তুলিছে। এতিয়া জিলা উপায়ুক্তসকলেহে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে দায়বদ্ধ হ”ব। এই সিদ্ধান্তৰ লক্ষ্য হৈছে নিৰাপত্তা বৃদ্ধি আৰু ৰাজ্যৰ জনগাঁথনিগত স্থিতিক সুৰক্ষিত কৰা। এই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত […]

Continue Reading

 বাংলাদেশত পতাকা বিক্ৰেতাক পৰা প্ৰহাৰৰ ভিডিঅ’ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো পশ্চিমবংগৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত এগৰাকী সেনা জোৱানে বাংলাদেশৰ পতাকা বিক্ৰী কৰা লোক এজনক প্ৰহাৰ কৰা দেখা গৈছে। অসমৰ ফেচবুক পোষ্টটোত পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰোত এজনক ভাৰতীয়া সেনাৰ জোৱানে প্ৰহাৰ কৰা বুলি দাবী কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading

বাংলাদেশৰ চিকেনছ্ নেক্ বিতৰ্ক? এক সংক্ষিপ্ত আলোচনা।

পাতনি সাম্প্ৰতিক সময়ত বাংলাদেশৰ চিকেনছ্ নেক বিতৰ্কই বিশ্বৰ দৃষ্টি আকৰ্শন কৰিছে। এই বিতৰ্কত আমাৰ ৰাজ্য অসম তথা উত্তৰ পূৰ্বাঞ্চলো সাঙোৰ খাইছে। এই বিতৰ্কৰ গভীৰলৈ সোমাই যাবৰ বাবে প্ৰথমে আমি চিকেনছ্ নেক বুলিলে প্ৰকৃততে কোনখিনি ভূখণ্ডক বুজোৱা হয় সেই কথা জানি ল’ব লাগিব। আমাৰ এই আলোচনাত পৰ্যাপ্ত সংক্ষিপ্ততাৰে এই বিষয়টো সামৰি ল’বলৈ যতন কৰা হৈছে।  চিকেনছ্ […]

Continue Reading

মিছা ভিডিঅ’ৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পৰাজয় স্বীকাৰ কৰা বুলি দাবী।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰি যুদ্ধত পৰাভূত কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে সংবাদ মাধ্যমৰ আগত পৰাজয় স্বীকাৰ কৰি দেশবাসীক সম্বোধন কৰা দৃশ্য।  Facebook […]

Continue Reading

২০২০ৰ মাৰ্চত পাকিস্তানৰ শ্বাহদৰাত হোৱা এলপিজি টেংকাৰ দুৰ্ঘটনাৰ দৃশ্য শেহতীয়াকৈ ভাৰতে লাহোৰ ধ্বংস কৰা বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰি লাহোৰ চহৰ ধ্বংস কৰা দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

চাৰিছৰ পূৰ্বৰে এক ৰকেট লঞ্চাৰ অনুশীলনৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানলৈ বুলি কৰা আক্ৰমণৰ  দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত ২০২৩ত হোৱা দুৰ্ঘটনাৰ দৃশ্য অপাৰেচন সিন্দূূৰৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া এটা এয়াৰবেচৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading