এজনো থলুৱা অসমীয়া ক’ৰনা ভাইৰাছ ৰোগত আক্রান্ত হোৱা নাই বাবে আইচিএমআৰ’য়ে থলুৱা অসমীয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে এক অধ্যয়ন কৰিব পাৰে নেকি?

টুইটাৰ পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৯০ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৭ লাখ মানুহ আক্রান্ত হৈ আছে ।  বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬৮৬ জনৰ মৃত্যু হৈছে […]

Continue Reading