টাজিকিস্তানৰ ৰেষ্টুৰেণ্টত জুই লগা দৃশ্যকে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয়ত ইৰাণৰ মিছাইল আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ইৰাণে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয় মিছাইল আক্ৰমণেৰে ধ্বস কৰি দিয়া দৃশ্য।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছ ৰোগৰ সম্বন্ধিত পোষ্ট কৰাটো এক শাস্তিমূলক অপৰাধ হিচাবে চৰকাৰে ঘোষণা কৰিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৪৭ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ […]

Continue Reading