ক’ৰনা ভাইৰাছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫০ বছৰলৈ হ্ৰাস কৰিব নেকি?
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে দুই লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৯.৭ লাখ মানুহ আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২৬ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮২৬ জনৰ মৃত্যু হৈছে । অসমতো ৩৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]
Continue Reading