ডিজিটেল এৰেষ্ট কি? কেনেকৈ আপোনাৰ কষ্টোপাৰ্জিত গাঁঠিৰ ধন হৰলুকি কৰে প্ৰৱঞ্চকে? ইয়াৰ পৰা বাচি থাকিবলৈ আপুনি কি কৰিব? জানক।
শেহতীয়াভাবে অসমৰ বিভিন্ন লোক ডিজিটেল এৰেষ্টৰ কৱলত পৰা খবৰ পোৱা গৈছে। বিভিন্ন লোকলৈ প্ৰৱঞ্চকৰ ফোন আহিছে আৰু কিছুলোকৰ একাউণ্টৰ ধন হৰলুকি কৰিছে এই প্ৰৱঞ্চকসকলে। প্ৰথমে এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহে আৰু বিভিন্ন প্ৰলোভন, ভাবুকি অথবা আৱেগিক কথা কৈ অসচেতন লোকৰ পৰা ধন হৰলুকি কৰে এই প্ৰৱঞ্চক চক্ৰই। তেনেকুৱা প্ৰৱঞ্চনা সন্দৰ্ভত বিভিন্নজনে ফেচবুকত পোষ্ট দিয়া […]
Continue Reading