ৰাছিয়ান খেলুৱৈ এগৰাকীয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিয়া ভিডিঅ’টো সত্য ঘটনাৰ হয়নে?
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে এখন মহিলাৰ বাস্কেটবল প্ৰতিযোগিতা। তাত দেখা গৈছে যে ৰঙা টি-ছাৰ্ট পৰিহিত এগৰাকী ওখ খেলুৱৈয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ৰাছিয়া আৰু ফ্ৰান্সৰ মহিলা দলৰ মাজত বাস্কেটবল প্ৰতিযোগিতা। ৰেফাৰীৰ এটা ভুল সিদ্ধান্তত,খঙত এগৰাকী ৰাছিয়ান খেলুৱৈয়ে, ৰেফাৰীক পুতলাৰ দৰে […]
Continue Reading